Home Internship ৰূপহীহাটত ৫টা পহু উদ্ধাৰ : মুকলি কৰিলে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত

ৰূপহীহাটত ৫টা পহু উদ্ধাৰ : মুকলি কৰিলে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত

by info.odysseyx@gmail.com
0 comment


নিয়মীয়া বাৰ্তা, ৩ জুলাই : বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য ৷ অভয়াৰণ্য দুখন বানৰ কবলত পৰাত বনৰীয়া জীৱ-জন্তুৱে বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে ৷ ৰূপহীহাটৰ লাওখোৱা বন বিভাগে উদ্ধাৰ কৰিলে ৫টাকৈ পহু ৷ বানৰ কবলত পৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা পহুকেইটা উদ্ধাৰ কৰে বন বিভাগে ৷ বিগত দুদিনত জনাঞ্চলৰ পৰা পাঁচটাকৈ পহু উদ্ধাৰ কৰি লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে৷ ভূৰবন্ধা, বেলুগুৰি, বৰঘুলী আদি অঞ্চলৰ পৰা লাওখোৱা বন বিভাগে উদ্ধাৰ কৰে পহুকেইটা৷ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সজাগ হৈ থকাৰ লগতে বন্য জীৱ-জন্তু জনাঞ্চললৈ ওলাই গ’লে তৎক্ষণাত বন বিভাগক খবৰ দিবলৈ আহ্বান জনায় বন বিভাগে ৷

প্ৰেৰক জহিৰুল ইছলাম

The post ৰূপহীহাটত ৫টা পহু উদ্ধাৰ : মুকলি কৰিলে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত appeared first on নিয়মীয়া বাৰ্তা.



Source link

You may also like

Leave a Comment

Our Company

Lorem ipsum dolor sit amet, consect etur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis.

Newsletter

Subscribe my Newsletter for new blog posts, tips & new photos. Let's stay updated!

Laest News

@2021 – All Right Reserved. Designed and Developed by PenciDesign